Gold Price: সোণ ক্ৰয় কৰিব বিচাৰে নেকি? জানক গুৱাহাটীত আজি কিমান সোণ-ৰূপৰ মূল্য | what is the price of gold and silver in Guwahati on 3rd august sunday Assam news - Assam Tv9

Gold Price: সোণ ক্ৰয় কৰিব বিচাৰে নেকি? জানক গুৱাহাটীত আজি কিমান সোণ-ৰূপৰ মূল্য

Published: 

03 Aug 2025 | 09:58 AM

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ২ আগষ্ট তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

1 / 5আগষ্ট মাহৰ তৃতীয়টো দিনত সোণ-ৰূপৰ মূল্যত ডাঙৰ পৰিৱৰ্তন আহিছে। এই সপ্তাহৰ কথা ক’বলৈ গ’লে সোণৰ মূল্য ১৪২০ টকা আৰু ৰূপৰ মূল্য ৩০০০ টকা হ্ৰাস হৈছে।

আগষ্ট মাহৰ তৃতীয়টো দিনত সোণ-ৰূপৰ মূল্যত ডাঙৰ পৰিৱৰ্তন আহিছে। এই সপ্তাহৰ কথা ক’বলৈ গ’লে সোণৰ মূল্য ১৪২০ টকা আৰু ৰূপৰ মূল্য ৩০০০ টকা হ্ৰাস হৈছে।

2 / 5

গুড ৰিটাৰ্নছৰ তথ্য মতে, ২ আগষ্টৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৯৬০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯১,৬৪০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ ৭৮,৯৮০ টকা আছিল।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, গুৱাহাটীত আজিৰ দিনত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,১৩৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,২৯০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬০১ টকা হৈছে।

4 / 5

২ আগষ্টৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৮১০ টকা। কালি দিনটোত এই মূল্য আছিল ৯৯,৮২০ টকা আছিল।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৩ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৩,০০০ টকা হৈছে। ইফালে শনিবাৰৰ দিনটোত ৰূপৰ মূল্য প্ৰতি ১১২,৯০ টকাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,১২,৯০০ টকা। ৰূপৰ মূল্য প্ৰতি কেজিত ১০০ টকা হ্ৰাস পোৱা দেখা গৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...