Gold Price Today: ভাল খবৰ! গুৱাহাটীত কমিছে সোণ-ৰূপৰ দাম, সবিশেষ জানক | What is the price of gold and silver in Guwahati on 31 July, know in details Assam news - Assam Tv9

Gold Price Today: ভাল খবৰ! গুৱাহাটীত কমিছে সোণ-ৰূপৰ দাম, সবিশেষ জানক

Published: 

31 Jul 2025 09:53 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,১৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯১,৮৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯১,৭০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৫,০০০  টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯১,৭০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,১৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯১,৮৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১৫,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,০০৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,১৭০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৫০৩ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,০৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯১,৭০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,০৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

Silver Price 1

অভেলত চিৰাজৰ চমক, ইংৰাজ বাহিনীক শলঠেকত পেলাই অৰ্জন কৰিলে ‘দ্বিশতক’
বিবাহৰ পূৰ্বে সংগীক সোধক এই ৫টা প্ৰশ্ন, নহ'লে সৰ্বনাশ!
শৃংখলা হেৰুৱাব নেকি ভাৰতে! অভেলৰ পৰা আহিছে ভাৰতৰ জয়ৰ আশা ভংগ কৰা খবৰ!
চুলি দীঘল নহয় নেকি? তেন্তে ঘৰতে প্ৰস্তত কৰি লগাওক এই বিশেষ উপকৰণ