Gold Price Today: হোৰাহোৰে কমিছে সোণৰ দাম! কিনাৰ পূৰ্বে সঠিক দৰ জানি লওক... | What is the price of gold and silver in Guwahati on 30 June, know in details Assam news - Assam Tv9

Gold Price Today: হোৰাহোৰে কমিছে সোণৰ দাম! কিনাৰ পূৰ্বে সঠিক দৰ জানি লওক…

Published: 

30 Jun 2025 11:33 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৪১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৯৩০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,২৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,১৫০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,০৭,৭০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,২৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,১৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৭,৭০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৪১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৯৩০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,০৭,৭০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭২৬ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯১৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,২৯৪ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭২,৯৪০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৯,১৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,২৬০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০৭.১০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০৭,৭০০ টকা।

আমলখি খালে কি কি উপকাৰ হয় জানেনে?
১৬ আগষ্ট নে ১৪ ছেপ্টেম্বৰ, অসমত জন্মাষ্টমীত কোনদিনা বিদ্যালয় বন্ধ থাকিব?
জন্মাষ্টমীত আঁতৰিব সকলো অপায়-অমংগল, মাথোঁ কৰক এইকেইটা কাম
দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?