Gold Price: অক্ষয় তৃতীয়াত হ্ৰাস পালে সোণৰ মূল্য, আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ? | what is the price of gold and silver in Guwahati on 30 April Assam news - Assam Tv9

Gold Price: অক্ষয় তৃতীয়াত হ্ৰাস পালে সোণৰ মূল্য, আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Updated On: 

30 Apr 2025 12:56 PM

Gold Rate: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। অক্ষয় তৃতীয়াৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5 আজি দেশত অক্ষয় তৃতীয় উৎসৱ পালন কৰা হৈছে আৰু এই দিনটোত সোণ ক্ৰয় কৰাটো অতি শুভ বুলি কোৱা হয়। এই দিনটোত সোণৰ মূল্য যথেষ্ঠ হ্ৰাস পাইছে।

আজি দেশত অক্ষয় তৃতীয় উৎসৱ পালন কৰা হৈছে আৰু এই দিনটোত সোণ ক্ৰয় কৰাটো অতি শুভ বুলি কোৱা হয়। এই দিনটোত সোণৰ মূল্য যথেষ্ঠ হ্ৰাস পাইছে।

2 / 5

৩০ এপ্ৰিল বুধবাৰে এমচিএক্সৰ মূল্য প্ৰায় ০.৫ শতাংশ হ্ৰাস পাইছে। আনহাতে ৰূপৰ মূল্য প্ৰায় ১ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। আজি ভাৰতত অক্ষয় তৃতীয় উৎসৱৰ দিনটোত মানুহৰ বাবে সোণ কিনাৰ এক সোণালী সুযোগ হ'ব পাৰে।

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৭৯১, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,৯৭৫ আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৩৪৪ টকা।

4 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১০০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০০,০০০ টকা।

5 / 5

ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৭৯১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,৯৭৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৩৪৪ টকা।

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...