Gold Price: সোণ-ৰূপে আচৰিত কৰিব আপোনাক, কৰিলে সকলো অভিলেখ ভংগ! | what is the price of gold and silver in Guwahati on 29 july Assam news - Assam Tv9

Gold Price: সোণ-ৰূপে আচৰিত কৰিব আপোনাক, কৰিলে সকলো অভিলেখ ভংগ!

Updated On: 

29 Jul 2025 | 01:38 PM

সোণৰ মূল্য পুনৰ বৃদ্ধি পাইছে। ২৯ জুলাই তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

1 / 5আজি ভাৰতত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৯৮২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৭,৪৮৭ টকা।

আজি ভাৰতত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৯৮২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৭,৪৮৭ টকা।

2 / 5

আজি পুনৰ হ্ৰাস পাইছে সোণৰ দাম। ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১১০ টকা হ্ৰাস পাইছে। ৰাজধানী দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৯৭০ টকা।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৯৮২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৪৮৭ টকা।

4 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৬ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৬,০০০ টকা।

5 / 5

২৮ জুলাইত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৯৩০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৬০০ টকা। ইফালে ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৯৫০ টকা আছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...