Gold Price Guwahati: হোৰাহোৰে কমিছে সোণৰ দাম! গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম সোণ কিমান টকাত বিক্ৰী হৈছে? | What is the price of gold and silver in Guwahati on 28th april, know in details Assam news - Assam Tv9

Gold Price Guwahati: হোৰাহোৰে কমিছে সোণৰ দাম! গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম সোণ কিমান টকাত বিক্ৰী হৈছে?

Updated On: 

28 Apr 2025 | 12:29 PM

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত বহু পৰিৱৰ্তন হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৬৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৫৫০ টকা।আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ৯৭,৫৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৪০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,৪০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৫৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৪০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,৪০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৬৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৫৫০ টকা। আজি দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ১,০০,৫০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৭৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৪০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩১৫ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,১৫০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৯,৪০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৫৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত দাম কমিল ৰূপৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০০,৫০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...