Gold Price Today: গণেশ চতুৰ্থীৰ দিনটোত গুৱাহাটীত কিমান দামত বিক্ৰী হৈছে সোণ-ৰূপ? জানক... | What is the price of gold and silver in Guwahati on 27 august , know in details Assam news - Assam Tv9

Gold Price Today: গণেশ চতুৰ্থীৰ দিনটোত গুৱাহাটীত কিমান দামত বিক্ৰী হৈছে সোণ-ৰূপ? জানক…

Updated On: 

27 Aug 2025 09:59 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০২,৫৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৪,০৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,০২,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,৯০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৯,৯০০  টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,০২,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,৯০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৯,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০২,৫৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৪,০৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১৯,৯০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,২৪৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৩৯০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৬৮৩ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৬,৮৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯৩,৯০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৪৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১৯.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১৯,৯০০ টকা।

কি ভিটামিনৰ অভাৱ হ'লে টোপনি বেছিকৈ লাগে? জানক...
মুখত ঘাঁ লাগিছে নেকি ? তৎক্ষণাত সকাহ পোৱাৰ বাবে সহজ টিপছ জানক...
গাড়ীত ভগৱানৰ মূৰ্তি ৰখাটো শুভ নে অশুভ? জানক...
ভাৰতত কোনে পায় বগা পাছপ'ৰ্ট? যোগ্যতাৰ নিয়ম জানক...