Gold Price Today: গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক | What is the price of gold and silver in Guwahati on 24 may, know in details Assam news - Assam Tv9

গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক

Published: 

24 May 2025 | 12:20 PM

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত বহু পৰিৱৰ্তন হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,২৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,০৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৮৯,৯০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৯০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,২৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,০৫০ টকা। আজি প্ৰতি কিলোগ্ৰাম ৰূপ ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৮০৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮, ৯৯০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩৫৬ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,৫৬০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৯,৯০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,০৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৯০০ টকা।

পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
যকৃত দুৰ্বল হৈ পৰাৰ ৫টা সাধাৰণ লক্ষণ কি, জানক...
প্ৰস্ৰাৱত বেছিকৈ ফেন আহে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে