21 Sep 2025 | 09:57 AM
আজি ২১ ছেপ্টেম্বৰ দেওবাৰে সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। সোণৰ মূল্যৰ এই ভয়াৱহ পৰিৱৰ্তন বিনিয়োগকাৰীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। এতিয়া সকলোৰে দৃষ্টি সপ্তাহটোৰ মুকলি মূল্যৰ ওপৰত, কিমান মূল্য আৰম্ভ হ'ব সোণৰ দাম।
নৱৰাত্ৰিৰ পূৰ্বে সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক। আজি দিল্লীত ২৪ কেৰেট সোণৰ দাম ১১২৩০০ টকা আৰু ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১০২৯৫০ টকা।
আজি কলকাতাত ২৪ কেৰেট সোণৰ মূল্য ১১২১৫০ টকা প্ৰতি ১০ গ্ৰাম আৰু ২২ কেৰেট সোণৰ দাম ১০২০৫০ টকা প্ৰতি ১০ গ্ৰাম।
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১১,২১৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,২৮০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম প্ৰতি গ্ৰামত ৮,৪১১ টকা। দেওবাৰৰ দিনটোত পৰিৱৰ্তন নহয় সোণ-ৰূপৰ মূল্য।
আজি গুৱাহাটীত ৰূপৰ মূল্য ১৩৫ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,৩৫,০০০ টকা হৈছে।