Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক... | What is the price of gold and silver in Guwahati on 17 august , know in details Assam news - Assam Tv9

Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক…

Updated On: 

17 Aug 2025 09:59 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,৩৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,০৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,১৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,২৯০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৬,২০০  টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,১৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,২৯০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৬,২০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,৩৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,০৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১৬,২০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,১১৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,২৭৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৫৮৯ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,৮৯০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯২,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০১,১৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১৬.২০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১৬,২০০ টকা।

আওকাণ নকৰিব হৃদযন্ত্ৰ বিকল হোৱাৰ এনে লক্ষণ, সাৱধান হওক...
অত্যন্ত ভাল ঘৰত এই ৫ জীৱৰ প্ৰৱেশ! জানক কি কি...
ভুলতো প্লাষ্টিকৰ পাত্ৰত নাৰাখিব এইবোৰ খাদ্য, হ’ব পাৰে বিপদ...
দিনটো নিজকে সতেজ কৰি ৰাখিব বিচাৰেনে? প্ৰতি নিশা শোৱাৰ পূৰ্বে কৰক এই কাম