Gold Price Today: হোৰাহোৰে কমিছে সোণৰ দাম! জানক গুৱাহাটীত আজি কিমান টকাত বিক্ৰী হৈছে সোণ…
Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,১৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,০৫০ ।আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5