12 Sep 2025 | 10:06 AM
আজি ১২ ছেপ্টেম্বৰ তাৰিখে পুৱা ৯.৩০ বজাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত প্ৰায় ১০৯,৫৬১ টকা হৈছে।
এতিয়ালৈকে সোণৰ নিম্ন অভিলেখ ১০৯,৩৫১ টকা আৰু উচ্চ অভিলেখ গঢ়িছে ১০৯,৫৮০ টকাৰে।
ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৯০৯৭ টকালৈ হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ১২৪৪৯৯ টকালৈ হ্ৰাস পাইছে।
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১১,১২৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,২০০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৮,৩৪৬ টকা।
আজি গুৱাহাটীত ৰূপৰ মূল্য ১৩২ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৩২,০০০ টকা।