Gold Price: গুৰু পূৰ্ণিমাৰ দিনা হ্ৰাস পালে সোণৰ মূল্য, জানক গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য | what is the price of gold and silver in Guwahati on 10th july, gold silver rate falls in india Assam news - Assam Tv9

Gold Price: গুৰু পূৰ্ণিমাৰ দিনা হ্ৰাস পালে সোণৰ মূল্য, জানক গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য

Published: 

10 Jul 2025 12:48 PM

Gold Rate In Guwahati: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5ভাৰতত বৃহস্পতিবাৰে সোণৰ মূল্য সামান্য হ্ৰাস পায়। গুৰু পূৰ্ণিমাৰ দিনটো সোণৰ মূল্য হ্ৰাস পোৱাৰ কাৰণ হৈছে আমেৰিকান ডলাৰৰ সামান্য ঢিলা হোৱা আৰু বণ্ডৰ ফলন হ্ৰাস।

ভাৰতত বৃহস্পতিবাৰে সোণৰ মূল্য সামান্য হ্ৰাস পায়। গুৰু পূৰ্ণিমাৰ দিনটো সোণৰ মূল্য হ্ৰাস পোৱাৰ কাৰণ হৈছে আমেৰিকান ডলাৰৰ সামান্য ঢিলা হোৱা আৰু বণ্ডৰ ফলন হ্ৰাস।

2 / 5

ভাৰতত সোণ কেৱল বিনিয়োগৰ মাধ্যমেই নহয়, পৰম্পৰাগতভাৱে বিয়া-উৎসৱতো ইয়াৰ ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত সোণৰ মূল্যৰ গতিবিধিয়ে প্ৰত্যক্ষভাৱে সাধাৰণ জনতাক প্ৰভাৱিত কৰে।

3 / 5

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য, আমদানি শুল্ক আৰু কৰ, টকা আৰু ডলাৰৰ বিনিময় হাৰ, চাহিদা আৰু যোগানৰ ভাৰসাম্যৰ ভিত্তিত সোণৰ মূল্য নিৰ্ধাৰণ কৰে।

4 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০২০ টকা। গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, বুধবাৰে গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮১৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০০০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩৬৪ টকা আছিল।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১০৯.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৯,৯০০ টকা।

মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!
পঞ্চমুখী বেলপাত পোৱাৰ সৌভাগ্য হৈছে নেকি? জানক মহত্ব
প্ৰতিদিনে কণী খাই নেকি আপুনি? এনে অভ্যাসৰ বাবে কি অসুবিধা হ’ব পাৰে জানেনে?