Gold Price Today: আজি বৃদ্ধি পাইছে সোণৰ মূল্য! জানক গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য
Gold Rate Today In Guwahati: কিছুদিনৰ পৰা সোণৰ মূল্য বৃদ্ধি হৈ আছে। আজি সোণৰ মূল্য প্ৰায় ৫০০ টকা বৃদ্ধি হৈছে। জানক আজিৰ দিনটোত গুৱাহাটীত কিমান উত্থান-পতন হৈছে সোণ-ৰূপৰ মূল্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5