Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ? | what is the price of gold and silver in Guwahati on 10 April Assam news - Assam Tv9

Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ?

Updated On: 

10 Apr 2025 14:03 PM

Gold Price: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। এনে ক্ষেত্ৰত আজি ১০ এপ্ৰিলত দিল্লীৰ পৰা গুৱাহাটীলৈ বৰ্তমানৰ সোণৰ মূল্য কিমান জানো আহক।

1 / 5আকৌ সোণৰ দাম হ্ৰাস পাইছে। আপুনি যদি বিয়া বা যিকোনো অনুষ্ঠানত পিন্ধিবলৈ কিনিব বিচাৰি আছে, তেন্তে এয়াই সোণালী সুযোগ।

আকৌ সোণৰ দাম হ্ৰাস পাইছে। আপুনি যদি বিয়া বা যিকোনো অনুষ্ঠানত পিন্ধিবলৈ কিনিব বিচাৰি আছে, তেন্তে এয়াই সোণালী সুযোগ।

2 / 5

আজি ১০ এপ্ৰিলত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,০৬০ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৩০৬ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৬,৭৯৬ টকা।

3 / 5

মুম্বাইত ২২ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৮২৯১ টকা আৰু ২৪ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৯০৪৫ টকা। ইফালে চেন্নাইত ২২ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৮২৯১ টকা আৰু ২৪ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৯০৪৫ টকা।

4 / 5

আজি ১০ এপ্ৰিল তাৰিখে গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,৯০৪ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,২৯১ টকা।

5 / 5

আজি গুৱাহাটীত ১ গ্ৰাম ৰূপৰ মূল্য ৯১.৯৬ টকা, আনহাতে ১০ গ্ৰাম ৰূপৰ মূল্য ৯১৯.৬ টকা আৰু ১০০ গ্ৰাম ৰূপৰ মূল্য ৯,১৯৬ টকা। ইফালে দিল্লীত ৰূপৰ মূল্য প্ৰতি কেজিত ৯২,৯০০ টকা।

Related Stories
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক