Gold Price Today: পূজাৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণ দাম, গুৱাহাটীত কিমান হৈছে জানক... | What is the price of gold and silver in Guwahati on 1 october , know in details Assam news - Assam Tv9

Gold Price Today: পূজাৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণ দাম, গুৱাহাটীত কিমান হৈছে জানক…

Published: 

01 Oct 2025 10:30 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৮, ৯০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৮, ৭৯০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5 আজি ১ অক্টোৱৰ, বুধবাৰ।  দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৮, ৯০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৮, ৭৯০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫১,০০০  টকাত বিক্ৰী হৈছে।

আজি ১ অক্টোৱৰ, বুধবাৰ। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৮, ৯০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৮, ৭৯০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫১,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৮, ৯০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৮, ৭৯০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৫১,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১, ৮৬৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,৮৭৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮, ৮৯৮ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৬,৫৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০৮, ৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৮, ৬৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৫১ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৫১,০০০ টকা।

হ'ব মহাপাপ! ভুলতো ভৰি নলগাব এই ৫ স্থানত...
দশমীৰ দিনা ঘৰলৈ আনক এই সামগ্ৰী! পাব সুফল, হাতলৈ আহিব ধন...
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
সদায় দুখীয়া হৈ থাকে এইসকল ব্যক্তি! চাণক্যই ক'লে ধনী হোৱা উপায়...