Gold Price: সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য... | what is the price of gold and silver in Guwahati on 1 june 2025 Sunday Assam news - Assam Tv9

Gold Price: সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য…

Published: 

01 Jun 2025 10:56 AM

Gold Rate In Guwahati: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5আজি দেওবাৰৰ, ১ জুন। যদি আপুনি জুন মাহৰ প্ৰথম দিনা সোণ বা ৰূপ কিনাৰ কথা ভাবিছে, তেন্তে প্ৰথমে শেহতীয়া দাম জানি লওক। ১ জুনত সোণ-ৰূপৰ মূল্যৰ কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই। নতুন মূল্যৰ পিছত সোণৰ মূল্য ৯৭০০০ আৰু ৰূপৰ মূল্য ৯৯ হাজাৰত ট্ৰেণ্ড কৰিছে।

আজি দেওবাৰৰ, ১ জুন। যদি আপুনি জুন মাহৰ প্ৰথম দিনা সোণ বা ৰূপ কিনাৰ কথা ভাবিছে, তেন্তে প্ৰথমে শেহতীয়া দাম জানি লওক। ১ জুনত সোণ-ৰূপৰ মূল্যৰ কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই। নতুন মূল্যৰ পিছত সোণৰ মূল্য ৯৭০০০ আৰু ৰূপৰ মূল্য ৯৯ হাজাৰত ট্ৰেণ্ড কৰিছে।

2 / 5

আজি বুলিয়ন বজাৰে প্ৰকাশ কৰা সোণ আৰু ৰূপ (Gold Silver Price Today) অনুসৰি ২২ কেৰেট সোণৰ (Gold Rate Today) মূল্য ৮৯,৩৫০ টকা, ২৪ কেৰেটৰ মূল্য ৯৭, ৪৬০ টকা আৰু ১৮ গ্ৰাম সোণৰ ৰেট ৭৩,১১০ টকা ট্ৰেণ্ডিং কৰা হৈছে। ১ কেজি ৰূপৰ হাৰ (Silver Rate Today) ৯৯,৯০০ টকা।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য়নুসৰি, গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৭৩১ টকা , ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯২০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,২৯৯ টকা।

4 / 5

ইফালে ৩১ মে’ত গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৭৩১ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯২০ টকা আছিল।

5 / 5

গুৱাহাটীত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকা।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...