Gold Price Today: বিয়াৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণৰ দাম, গুৱাহাটীত কিমান হৈছে জানক... | What is the gold and silver price on 21 January 2026 in Guwahati Assam news - Assam Tv9

Gold Price Today: বিয়াৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণৰ দাম, গুৱাহাটীত কিমান হৈছে জানক…

Published: 

21 Jan 2026 | 09:50 AM

Gold and Silver Rate Guwahati: আজি দিল্লীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৫৪, ৯৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৪২,০৫০ টকা হৈছে ।। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ২১ জানুৱাৰী, বুধবাৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,৫৪,৮০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ১,৪১,৯০০  টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৩,২৫,০০০  টকাত বিক্ৰী হৈছে।

আজি ২১ জানুৱাৰী, বুধবাৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৫৪,৮০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৪১,৯০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৩,২৫,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৫৪, ৯৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৪২,০৫০ টকা হৈছে । আজি প্ৰতি কিলোগ্ৰাম ৩,২৫,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৫,৪৮০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৪,১৯০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১১,৬১১ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৬,১১০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৪১,৯০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৫৪,৮০০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ৩২৫ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৩,২৫,০০০ টকা।

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...