Gold Price Today: গুৱাহাটীত আজি কিমান দামত বিক্ৰী হৈছে সোণ? জানক... | What is the gold and silver price in Guwahati on 24 december , know in Assamese Assam news - Assam Tv9

Gold Price Today: গুৱাহাটীত আজি কিমান দামত বিক্ৰী হৈছে সোণ? জানক…

Published: 

24 Dec 2025 09:51 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৯,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৭,৫০০ টকা হৈছে । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ২৪ ডিচেম্বৰ , বুধবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৮,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ১,২৭,৩৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,১৯,০০০  টকাত বিক্ৰী হৈছে।

আজি ২৪ ডিচেম্বৰ , বুধবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৮,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৭,৩৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,১৯,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৯,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৭,৫০০ টকা হৈছে । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ২,১৯,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,৮৯৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৭৩৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,৪২০ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০৪,২০০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,২৭,৩৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩৮,৯৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ২৩৩ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ২,৩৩,০০০ টকা।

হঠাৎ ৰক্তচাপ বৃদ্ধি হ'লে কি কৰিব? জানক...
এজন ব্যক্তিয়ে দৈনিক কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে ? নৱবৰ্ষ উদযাপনৰ পূৰ্বে জানক
শীতকালত চাইনাছৰ সমস্যা হ'লে কি কৰিব ? ৰোধ কৰাৰ উপায় জানক
এইবোৰ খাদ্যই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে! সাৱধান হওক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা