Gold Price Today: ভাল খবৰ, উৎসৱৰ বতৰত কমিছে সোণ-ৰূপৰ দাম, গুৱাহাটীত কিমান জানক... | What is the gold and silver price in Guwahati on 22 october , know in details Assam news - Assam Tv9

Gold Price Today: ভাল খবৰ, উৎসৱৰ বতৰত কমিছে সোণ-ৰূপৰ দাম, গুৱাহাটীত কিমান জানক…

Published: 

22 Oct 2025 09:53 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৭,৩৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৬,৭৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ২২ অক্টোবৰ, বুধবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৭,২০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ১,১৬,৬০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬৩,৯০০  টকাত বিক্ৰী হৈছে।

আজি ২২ অক্টোবৰ, বুধবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৭,২০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৬,৬০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬৩,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৭,৩৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৬,৭৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৬৩,৯০০ টকাত বিক্ৰী হৈছে।

3 / 5

Gold Etf Gold Mutual Fund Getty

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯৫,৪০০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৬,৬০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৭,২০০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৬৩.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৬৩,৯০০ টকা।

পোকে খাইছে নেকি আপোনাৰ দাঁত? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক এই সমস্যা
অসমীয়া নে সংস্কৃত... হনুমান চালিছা কোনটো ভাষাত পঢ়িলে ভাল ফলাফল পোৱা যায়?
এঞ্জেল নম্বৰ! বাৰে বাৰে ১১১, ২২২, ৩৩৩ দেখাৰ অৰ্থ কি জানেনে, জানক...
আহিব দুৰ্ভাগ্য! সূৰ্যাস্তৰ পাছত ধাৰলৈ নিদিব এই ৫ বস্তু...