Gold Price Today: কমিল নে বাঢ়িল? গুৱাহাটীত আজি ১০ গ্ৰাম সোণৰ দাম কিমান হৈছে জানক... | What is the gold and silver price in Guwahati on 17 december, know in details Assam news - Assam Tv9

Gold Price Today: কমিল নে বাঢ়িল? গুৱাহাটীত আজি ১০ গ্ৰাম সোণৰ দাম কিমান হৈছে জানক…

Published: 

17 Dec 2025 | 09:52 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৫১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৩০০ টকা । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ১৭ ডিচেম্বৰ , বুধবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৫১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৩০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,০৮,০০০  টকাত বিক্ৰী হৈছে।

আজি ১৭ ডিচেম্বৰ , বুধবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৫১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৩০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,০৮,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৬৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৪৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ২,০৮,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,৪৫১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৩৩০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৮৮ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০০,৮৮০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,২৩,৩০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩৪,৫১০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ২০৮ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ২,০৮,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...