Gold Price Today: আজি মাঘ বিহুৰ দিনটোত কিমান হৈছে সোণৰ দাম? জানক... | What is the gold and silver price in Guwahati on 14 January 2026 , know in Assamese Assam news - Assam Tv9

Gold Price Today: আজি মাঘ বিহুৰ দিনটোত কিমান হৈছে সোণৰ দাম? জানক…

Updated On: 

14 Jan 2026 | 10:15 AM

Gold and Silver Rate Guwahati: আজি মাঘ বিহুৰ দিনটোত দিল্লীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,৭৭০ টকা হৈছে। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,৮০০ টকা হৈছে । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ১৪ জানুৱাৰী, বুধবাৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,৬২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,৬৫০  টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ২,৯০,০০০ টকাত বিক্ৰী হৈছে।

আজি ১৪ জানুৱাৰী, বুধবাৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,৬২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,৬৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,৯০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,৭৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,৮০০ টকা হৈছে । আজি প্ৰতি কিলোগ্ৰাম ২,৯০,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি মাঘ বিহুৰ দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৪,৩৬২ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,১৬৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,৭৭২ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০৭,৭২০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৩১,৬৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৪৩,৬২০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ২৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ২,৯০,০০০ টকা।

কলপাতত খাদ্য খোৱাৰ ৫টা উপকাৰী গুণ কি কি? জানক...
ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে এইসমূহ খাদ্যই, জানক...
মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়? জানক তাৎপৰ্য আৰু নিয়মৰ বিষয়ে
শীতকালত দিনটোত কিমান পানী খাব লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি