সপোনত নিজৰ মৃত্যু দেখা পাই নেকি? ই ভাল নে বেয়া, জানক সকলো... | What does it mean to see your own death in a dream see details Assam news - Assam Tv9

সপোনত নিজৰ মৃত্যু দেখা পাই নেকি? ই ভাল নে বেয়া, জানক সকলো…

Published: 

30 Jun 2025 | 04:23 PM

শুৱাৰ সময়ত সপোন দেখা সাধাৰণ কথা। কেতিয়াবা মানুহে সপোনত নিজৰ মৃত্যু দেখা পায়। ই ভাল নে বেয়া? ইয়াৰ বিষয়ে উল্লেখ আছে স্বপ্ন শাস্ত্ৰত।

1 / 5 শুৱাৰ সময়ক সপোন দেখা সাধাৰণ কথা। স্বপ্ন শাস্ত্ৰ মতে, আমাৰ প্ৰতিটো সপোনে কিবা নহয় কিবা ইংগিত দিয়ে। সপোনবোৰ আমাৰ বাস্তৱ জীৱনৰ লগত জড়িত।  কেতিয়াবা সপোনত নিজৰ মৃত্যু দেখা যায়। পিছে ই কিহৰ ইংগিত?

 শুৱাৰ সময়ক সপোন দেখা সাধাৰণ কথা। স্বপ্ন শাস্ত্ৰ মতে, আমাৰ প্ৰতিটো সপোনে কিবা নহয় কিবা ইংগিত দিয়ে। সপোনবোৰ আমাৰ বাস্তৱ জীৱনৰ লগত জড়িত।  কেতিয়াবা সপোনত নিজৰ মৃত্যু দেখা যায়। পিছে ই কিহৰ ইংগিত?

2 / 5

সপোনত নিজৰ মৃত্যু দেখিলে প্ৰায়ভাগ মানুহে ভয় খায়। কিন্তু জ্যোতিষ, মনোবিজ্ঞান আৰু স্বপ্ন শাস্ত্ৰত ইয়াৰ বহু অৰ্থ আছে। সপোনত যদি নিজৰ মৃত্যু দেখে তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল আপুনি দীৰ্ঘদিন জীয়াই থাকিব আৰু বিপদৰ পৰা সকাহ পাব। লগতে ইয়াক নতুন পৰিৱৰ্তনৰ আৰম্ভণি বুলি গণ্য কৰা হয়।

3 / 5

স্বপ্ন শাস্ত্ৰৰ মতে সপোনত নিজকে মৃত অৱস্থাত দেখাটো এক শুভ লক্ষণ। তাৰ অৰ্থ হ’ল আপোনাৰ বয়স বাঢ়িছে। লগতে, যদি আপুনি কোনো পৰিস্থিতিত অতিশয় বিচলিত হৈ তাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি আছে, তেন্তে এই সপোনটোৱে আত্মনিৰীক্ষণৰ ইংগিত দিয়ে।

4 / 5

যেতিয়া কোনোৱে সপোনত নিজৰ মৃত্যু দেখে তেতিয়া বহুত ভয় খায়। এনে পৰিস্থিতি ভয় খোৱা সাধাৰণ কথা। কিন্তু যদি  সপোনত নিজৰ মৃত্যু দেখিছে, তেন্তে এই সপোনবোৰৰ অৰ্থ অতি বিশেষ।

5 / 5

যদি আপুনি জীৱনৰ সমস্যাৰ বাবে নিজৰ মৃত্যু হোৱাৰ সপোন দেখিছে  তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ জীৱনৰ সমস্যাবোৰ লাহে লাহে নোহোৱা হৈ যাব। ইমানেই নহয়, আপুনি শীঘ্ৰেই ভাল খবৰ লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...