Turmeric : ওজন নিয়ন্ত্ৰণত ৰাখিব ! হালধিৰ উপকাৰিতাৰ বিষয়ে জানক | weight loss : turmeric benefits in assamese Assam news - Assam Tv9

Turmeric : ওজন নিয়ন্ত্ৰণত ৰাখিব ! হালধিৰ উপকাৰিতাৰ বিষয়ে জানক

Updated On: 

07 Sep 2024 | 10:14 PM

মেদবহুলতাৰ ফলত শৰীৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ সময়মতে খাদ্য খোৱা, নিয়ম অনুসৰি শাৰীৰিক ব্যায়াম কৰা আদিৰ ওপৰত গুৰুত্ব দিয়ক । ইয়াৰ উপৰিও দ্য আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হালধিয়ে ওজন কমোৱাত সহায় কৰে। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক...

1 / 8মেদবহুলতাৰ ফলত শৰীৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন।

মেদবহুলতাৰ ফলত শৰীৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন।

2 / 8

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ সময়মতে খাদ্য খোৱা, নিয়ম অনুসৰি শাৰীৰিক ব্যায়াম কৰা আদিৰ ওপৰত গুৰুত্ব দিয়ক ।

3 / 8

ইয়াৰ উপৰিও হালধিয়ে ওজন কমোৱাত সহায় কৰে। দ্য আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হালধিয়ে ওজন কমোৱাত সহায় কৰে।

4 / 8

হালধিত কাৰকুমিন নামৰ যৌগ থাকে, যিয়ে নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ, পলিচিষ্টিক অভাৰী চিনড্ৰম আৰু মেটাবলিক চিনড্ৰমৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। অৰ্থাৎ হালধিয়ে ওজন কমোৱাত সহায় কৰে।

5 / 8

হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী উপাদান থাকে। ই শাৰীৰিক প্ৰদাহ কমোৱাত সহায় কৰে আৰু মেদবহুলতাৰ দৰে দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি পায়।

6 / 8

কেতিয়াবা হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে ওজন বৃদ্ধি পায়। পিচিঅ’এছৰ সমস্যা হ'লে দ্ৰুতগতিত ওজন পায় আৰু ওজন কমোৱাটো কঠিন। কিন্তু হালধিয়ে এই সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

7 / 8

বিপাকীয় ক্ৰিয়া ভাল নহ’লে ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰে । কিন্তু হালধি খালে এই মেটাবলিক চিনড্ৰমৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু ওজন হ্ৰাস পায়।

8 / 8

যিকোনো খাদ্যত হালধি দিব পাৰে। ইয়াৰ বাহিৰেও ৰাতিপুৱা খালী পেটত কেঁচা হালধি খাব পাৰে। হালধি আৰু হালধিৰ ৰস উলিয়াই নেমুৰ ৰসৰ লগত মিহলাই খাব পাৰে।

যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
নহৰুৱে দূৰ কৰিব আপোনাৰ সংসাৰৰ সমস্যা! জানি হ'ব আচৰিত
শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি