জিম বাদ দিয়ক! এই টিপচে ঘৰতে কমাব আপোনাৰ পেটৰ চৰ্বি… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

জিম বাদ দিয়ক! এই টিপচে ঘৰতে কমাব আপোনাৰ পেটৰ চৰ্বি…

Published: 

14 Jul 2024 | 04:46 PM

পেটৰ চৰ্বি কম কৰাবলৈ আজিকালি বহুতে বহু ধৰণৰ পদক্ষেপ লোৱা দেখা যায়। আপুনি ঘৰতে ব্যায়ম কৰিও ওজন হ্ৰাস কৰিব পাৰে। অৱশ্যে ইয়াৰ ক্ষেত্ৰত ডায়েটত গুৰুত্ব দিবও লাগিব।

1 / 5কেলৰি কমাবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্কুৱাট কৰিব পাৰে। ইয়াৰ ফলত শৰীৰৰ তলৰ অংশৰ পেশীবোৰো শক্তিশালী হয়। ইয়াৰ ফলত শক্তিও বৃদ্ধি পায়। ভৰি, কঁকাল ভাল আকৃতিত ৰাখিবলৈ আৰু পেশীবোৰ শক্তিশালী কৰিবলৈ দৈনিক স্কুৱাট কৰাটো অতি উপকাৰী। ইয়াৰ ফলত আপোনাৰ আঁঠুৰ গাঁঠিবোৰো মজবুত হৈ থাকে।

কেলৰি কমাবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্কুৱাট কৰিব পাৰে। ইয়াৰ ফলত শৰীৰৰ তলৰ অংশৰ পেশীবোৰো শক্তিশালী হয়। ইয়াৰ ফলত শক্তিও বৃদ্ধি পায়। ভৰি, কঁকাল ভাল আকৃতিত ৰাখিবলৈ আৰু পেশীবোৰ শক্তিশালী কৰিবলৈ দৈনিক স্কুৱাট কৰাটো অতি উপকাৰী। ইয়াৰ ফলত আপোনাৰ আঁঠুৰ গাঁঠিবোৰো মজবুত হৈ থাকে।

2 / 5

পেটত জমা হোৱা চৰ্বি কমৈবলৈ প্লেংকিং অত্যন্ত ভাল উপায়। ই পেটৰ চৰ্বি পেশী টান কৰাত সহায় কৰে। প্ৰথম অৱস্থাত ইয়াক ২০ ৰ পৰা ৩০ ছেকেণ্ড কৰিব লাগে। পাছত সময় বঢ়াব পাৰে।

3 / 5

শৰীৰ ফ্লেক্সিবেল আৰু শক্তিশালী কৰাৰ বাবে ৰছীৰে জঁপিওৱা এই ব্যায়ম কৰিব লাগে। যদি ৰছীৰে জঁপিয়াব নাজানে তেন্তে সাধাৰণভাৱেও ইয়াৰ অহ্যাস কৰিব পাৰে।

4 / 5

পেটৰ চৰ্বি কমাবলৈ ঘৰতে কৰিব পৰা ব্যায়ামৰ ভিতৰত ক্ৰছেচ কৰিব পাৰে। এনে কৰিলে ভাৰাসাম্য ঠিক হয় আৰু শৰীৰ শক্তিশালী হয়। ই পেটৰ চৰ্বি কমোৱাত সহায় কৰে।

5 / 5

ষ্ট্ৰেইট লেগ ডংকী কিকৰ জৰিয়তেও আপুনি পেটৰ চৰ্বি কমাব পাৰে। ই পেটৰ চৰ্বি হ্ৰাস কৰাৰ লগতে পেশীবোৰ শক্তিশালী কৰে। ই কান্ধৰ পেশীবোৰো শক্তিশালী কৰে।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে