আজিৰে পৰা গুৱাহাটীৰ ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান, কোন কোন অঞ্চলত নাপাব পানী? | water supply disruption in 28 areas of guwahati from november 15 to 17 Assam news - Assam Tv9

আজিৰে পৰা গুৱাহাটীৰ ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান, কোন কোন অঞ্চলত নাপাব পানী?

Updated On: 

15 Nov 2024 | 10:36 AM

আজিৰে পৰা ৩ দিনলৈ মহানগৰবাসীয়ে ভুগিব লাগিব দুৰ্ভোগ৷ গুৱাহাটীৰ ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান৷ জাননীযোগে এই কথা জনালে গুৱাহাটী জল ব'ৰ্ডে।

1 / 5৩ দিন গুৱাহাটীত বন্ধ থাকিব পানী যোগান। ১৭ নৱেম্বৰলৈ বন্ধ থাকিব পানী যোগান। আজিৰেই পৰা গুৱাহাটীৰ ২৮টা অঞ্চলত পানী যোগান বন্ধ থাকিব।

৩ দিন গুৱাহাটীত বন্ধ থাকিব পানী যোগান। ১৭ নৱেম্বৰলৈ বন্ধ থাকিব পানী যোগান। আজিৰেই পৰা গুৱাহাটীৰ ২৮টা অঞ্চলত পানী যোগান বন্ধ থাকিব।

2 / 5

গুৱাহাটীৰ লতাশিল, পাণবজাৰ, খাৰঘূলি, উলুবাৰী, ৰূপনগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, স্বৰাজ, হেঙেৰাবাৰী, ড০ জাকিৰ হুছেইন ৰোড, অমিয় নগৰত বন্ধ থাকিব পানী যোগান।

3 / 5

চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা ছাৰ্ভিচ, জু-ৰোড, অনিল নগৰ, নবীন নগৰ, শ্ৰীনগৰ, গীতানগৰ, এম টি ৰোডত বন্ধ থাকিব পানী যোগান।

4 / 5

অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মানিকনগৰ, ডাউন টাউন, বৰমটৰীয়া, ৰামছাশিল, শিলপুখুৰী অঞ্চলত বন্ধ থাকিব পানী যোগান।

5 / 5

এই সন্দৰ্ভত গুৱাহাটী জল ব’ৰ্ডে জাৰি কৰিছে জাননী। পানী যোগানৰ বাবে সংযোজন কৰা হ'ব নতুন অঞ্চল। যাৰ বাবে উক্ত ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...