অলিম্পিকৰ পূৰ্বে সংকটত ভাৰতঃ ৱাডাই নিলম্বন কৰিলে তাৰকা বক্সাৰক Assam news - Assam Tv9

অলিম্পিকৰ পূৰ্বে সংকটত ভাৰতঃ ৱাডাই নিলম্বন কৰিলে তাৰকা বক্সাৰক

Published: 

17 May 2024 | 07:40 PM

পেৰিছ অলিম্পিকলৈ আৰু মাত্ৰ তিনিটা মাহ। তাৰ পিছতে বিশ্ব ক্ৰীড়াৰ আটাইতকৈ বৃ্হৎ মহোৎসৱ অলিম্পিক মহাৰণ। পেৰিছ অলিম্পিকৰ উদ্দেশ্যে সাজু হৈছে ভাৰতো। দেশৰ গৌৰৱধ্বজা উৰুৱাবলৈ প্ৰস্তুতিৰত পেৰিছলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকল। কিন্তু এই প্ৰস্তুতিৰ মাজতে ভাৰতীয় দল সন্মুখীন হৈছে এক সংকটৰ।

1 / 5নিলম্বিত হৈছে তাৰকা ভাৰতীয় মহিলা বক্সাৰ পাৰবীন হুদা।

নিলম্বিত হৈছে তাৰকা ভাৰতীয় মহিলা বক্সাৰ পাৰবীন হুদা।

2 / 5

পাৰবীন হুডাৰ নিলম্বনে অলিম্পিকৰ পূৰ্বে এক বৃহৎ সংকট সৃষ্টি কৰিছে ভাৰতীয় শিবিৰত।

3 / 5

ৱাডাৰ তথ্য অনুসৰি বিগত ১২ মাহত তিনিবাৰকৈ পাৰবীনে তেওঁ অৱস্থানৰ বিষয়ে প্ৰকাশ কৰা নাছিল। এনে কাৰণত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

4 / 5

ৱৰ্ল্ড এণ্টি ডপিং এজেন্সী, চমুকৈ ৱাডাই শাস্তি স্বৰূপে পাৰবীনক নিলম্বন কৰিছে।

5 / 5

ৱাডাৰ নিলম্বনৰ ফলত পেৰিছ অলিম্পিকৰ কোটাও হেৰুৱাব পাৰে পাৰবীনে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...