ভিক্টৰ দাস আৰু অজয় ফুকনক আটক আৰক্ষীৰ, হিংসাত্মক কামত উচতনি দিয়াৰ অভিযোগ | Victor Das and Ajay Phukan arrested by Police Assam news - Assam Tv9

ভিক্টৰ দাস আৰু অজয় ফুকনক আটক আৰক্ষীৰ, হিংসাত্মক কামত উচতনি দিয়াৰ অভিযোগ

Published: 

25 Sep 2025 20:59 PM

সিদ্ধাৰ্থৰ শৰ্মাৰ ঘৰৰ সন্মুখত আজি প্ৰতিবাদ হয়। ধীৰেণপাৰাত সিদ্ধাৰ্থৰ ঘৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ কৰিলে।

1 / 5ভিক্টৰ দাস আৰু অজয় ফুকনক আটক আৰক্ষীৰ। জুবিনক ন্যায় প্ৰদানৰ দাবীত আজি কৰিছিল প্ৰতিবাদ।

ভিক্টৰ দাস আৰু অজয় ফুকনক আটক আৰক্ষীৰ। জুবিনক ন্যায় প্ৰদানৰ দাবীত আজি কৰিছিল প্ৰতিবাদ।

2 / 5

ভিক্টৰ দাস আৰু অজয় ফুকনে হিংসাত্মক কামত উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

3 / 5

ইয়াৰ লগতে ভিক্টৰ দাস আৰু অজয় ফুকনে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

4 / 5

সিদ্ধাৰ্থৰ শৰ্মাৰ ঘৰৰ সন্মুখত আজি প্ৰতিবাদ কৰিছিল। আজি প্ৰতিবাদৰ পিছত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ ছীল কৰিলে SITএ।

5 / 5

ধীৰেনপাৰাত সিদ্ধাৰ্থৰ ফ্লেটৰ সমুখত উত্তপ্ত পৰিস্থিতি। SITৰ বাহনত আক্ৰমণ একাংশৰ। উল্লেখ্য যে, শেখৰ‌ গোস্বামীক গ্ৰেপ্তাৰ কৰা হোৱা‌ নাই। কেৱল মাত্ৰ বেংকৰ নথি পত্ৰ আৰু এটা লেপটপ জব্দ কৰিছে।

এই ৫টা ভুলে মানুহক কৰিব পাৰে দৰিদ্ৰ! জানক সকলো...
শীতকালত ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ ৫ টা সহজ উপায়, জানক চিকিৎসকৰ পৰা...
মাছ-মাংস নহ’লেও কথা নাই, এই ৫ বিধ ফলেই দেহত পূৰ কৰে প্ৰটিনৰ অভাৱ
প্ৰতিদিনে খাওক গুড়, পাব জটিল ৰোগৰ পৰা মুক্তি!
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী