এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়! কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ | Vice President Jagdeep Dhankhar visit Guwahati Assam on October 27 as Chief Guest at 21st International Conclave of Krishnaguru International Spiritual Youth Assam news - Assam Tv9

এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়! কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ

Updated On: 

27 Oct 2024 | 06:15 PM

গুৱাহাটীৰ খানাপাৰাত কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন। হৰিনামেৰে মুখৰিত অধিৱেশনস্থলী। অনুষ্ঠানত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়।

1 / 5 এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। পত্নীসহ আজি অসমত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতিগৰাকী।

এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। পত্নীসহ আজি অসমত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতিগৰাকী।

2 / 5

কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশ লোৱাৰ বাবে অসমত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়। বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনাই উপ-ৰাষ্ট্ৰপতিক ।

3 / 5

খানাপাৰাত কৃষ্ণগুৰু যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ আয়োজন। হৰিনামেৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী।

4 / 5

অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ লগতে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

5 / 5

অধিৱেশনৰ আজিৰ কাৰ্যসূচীত সপত্নীক অংশগ্ৰহণ দেশৰ উপ-ৰাষ্ট্ৰপতিৰ। অনুষ্ঠানত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...