স্বাধীনতা দিৱসৰ বিশেষ উপহাৰ Viৰঃ গ্ৰাহকে লাভ কৰিব বিনামূলীয়া ডাটা আৰু OTTৰ চাবছক্ৰিপচন | Vi Independence day offer for prepaid users check details Assam news - Assam Tv9

স্বাধীনতা দিৱসৰ বিশেষ উপহাৰ Viৰঃ গ্ৰাহকে লাভ কৰিব বিনামূলীয়া ডাটা আৰু OTTৰ চাবছক্ৰিপচন

Published: 

15 Aug 2024 | 09:51 PM

দেশৰ অন্যতম আগশাৰীৰ টেলিকম কোম্পানী ভোডাফোন আইডিয়াই কোম্পানীটোৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে স্বাধীনতা দিৱসৰ বিশেষ অফাৰ। এই অফাৰৰ জৰিয়তে Viৰ প্ৰিপেইড গ্ৰাহকসকলে কোম্পানীটোৰ পৰা এবছৰৰ বাবে বিনামূলীয়া ডাটা আৰু বিনামূলীয়া OTTৰ চাবছক্ৰিপচন লাভ কৰিব। এই অফাৰ গ্ৰাহকসকলৰ বাবে কেতিয়ালৈকে উপলব্ধ থাকিব, চাওঁ আহক।

1 / 5ভোডাফোন আইডিয়াই প্ৰিপেইড গ্ৰাহকসকলৰ বাবে স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ অফাৰ আগবঢ়াইছে। এই Vi Offer ৰ জৰিয়তে গ্ৰাহকসকলে বিনামূলীয়া অতিৰিক্ত ডাটা আৰু OTT ৰ সুবিধা লাভ কৰিব।

ভোডাফোন আইডিয়াই প্ৰিপেইড গ্ৰাহকসকলৰ বাবে স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ অফাৰ আগবঢ়াইছে। এই Vi Offer ৰ জৰিয়তে গ্ৰাহকসকলে বিনামূলীয়া অতিৰিক্ত ডাটা আৰু OTT ৰ সুবিধা লাভ কৰিব।

2 / 5

Vi অফাৰ অনুসৰি ৩৪৯৯ টকাৰ প্লেনত ৫০ টকা ৰেহাই দিয়া হৈছে। অৰ্থাৎ গ্ৰাহকসকলে ৩৪৯৯ টকাৰ প্লেন ৩৪৪৯ টকাত লাভ কৰিব। তদুপৰি ৯০ দিনৰ বাবে বিনামূলীয়াকৈ ৫০জিবি ডাটা লাভ কৰিব।

3 / 5

ভোডাফোন আইডিয়াৰ ৩৬৯৯ টকাৰ এই প্লেন গ্ৰাহকসকলে ৩৬২৪ টকাত লাভ কৰিব। অৰ্থাৎ গ্ৰাহকসকলে ৭৫ টকাৰ ৰেহাই লাভ কৰিব। লগতে ৯০ দিনৰ বাবে ৫০জিবি বিনামূলীয়া ডাটাৰ সুবিধাও লাভ কৰিব।

4 / 5

Vi- এ কোম্পানীটোৰ গ্ৰাহকসকলক ১ বছৰৰ বাবে Amazon Prime Video আৰু Disney+ Hotstar ৰ বিনামূলীয়া চাবছক্ৰিপচনৰ সুবিধা প্ৰদান কৰিছে।

5 / 5

ভোডাফোন আইডিয়াৰ স্বাধীনতা দিৱসৰ এই অফাৰ ২৮ আগষ্টলৈকে লাভ কৰিব। এই অফাৰসমূহৰ সুবিধা কেৱল Vi App ৰ জৰিয়তেহে লাভ কৰিব গ্ৰাহকসকলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...