ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ ধৰ্মঘট, কেইবাটাও দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ | Veer Lachit Sena Assam Protest across the state Over CAA and supply of drugs in assam Assam news - Assam Tv9

ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ ধৰ্মঘট, কেইবাটাও দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

Updated On: 

09 Sep 2025 15:29 PM

নাগৰিকত্ব সংশোধনী আইন (CAA)২০১৯ সম্পূৰ্ণ ৰূপে বাতিলৰ দাবী সংগঠনটোৱে। লগতে অসমত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। গোলাঘাটত ,বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

1 / 5 নাগৰিকত্ব সংশোধনী আইন (CAA)ক লৈ ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ। আজি জিলা সদৰসমূহ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনা অসমে।

নাগৰিকত্ব সংশোধনী আইন (CAA)ক লৈ ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ। আজি জিলা সদৰসমূহ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনা অসমে।

2 / 5

নাগৰিকত্ব সংশোধনী আইন (CAA)২০১৯ সম্পূৰ্ণ ৰূপে বাতিলৰ দাবী সংগঠনটোৱে। লগতে অসমত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

3 / 5

গোলাঘাটত ,বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। উপস্থিত থাকে সংগঠনটোৰ শতাধিক কৰ্মী।

4 / 5

বিজেপি চৰকাৰ হায় হায়,"কা" আমি নামোনো, "নাগৰিকত্ব সংশোধনী আইন"বাতিল কৰক, ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগানেৰে কপাঁই তোলে অৱস্থান ধৰ্মঘট স্থলী। ইয়াৰ উপৰিও জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে কেইবাটাও দাবী সন্নিৱিষ্ট স্মাৰকপত্ৰ ।

5 / 5

উল্লেখ্য যে, শেহতীয়াকৈ ইমিগ্ৰেচন ফৰেইনাৰ্ছ বিল ২০২৫ ৰ অধীনত অ-মুছলমান অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব আৱেদনৰ ভিত্তিবৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি কৰেকেন্দ্ৰই। তাৰ পিছত নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰৰএই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে।

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!