ৰাজপথৰ পৰাই শৃংখল চলিহাক আটক আৰক্ষীৰ, নিশাই হোৱাটচ্ এপত পঠিয়াইছিল চমন | Veer Lachit Sena Assam leader Shrinkhal Chaliha detained by police in Demow Assam news - Assam Tv9

ৰাজপথৰ পৰাই শৃংখল চলিহাক আটক আৰক্ষীৰ, নিশাই হোৱাটচ্ এপত পঠিয়াইছিল চমন

Published: 

23 May 2025 | 11:15 AM

ডিমৌৰ দিনজানত ৰাষ্ট্ৰীয় ঘাইপথতে আটক কৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় অভিমুখে লৈ যোৱা হৈছে শৃংখল চলিহাক । আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি আটক কৰা হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক ।

1 / 7শৃংখল চলিহাক আটক কৰিছে শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষীয়ে । বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখলক শুকুৰবাৰে আটক কৰিছে আৰক্ষীয়ে ।

শৃংখল চলিহাক আটক কৰিছে শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষীয়ে । বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখলক শুকুৰবাৰে আটক কৰিছে আৰক্ষীয়ে ।

2 / 7

দুলীয়াজান অভিমুখে গৈ থকা সময়তেই ডিমৌত ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাৱে আটক কৰে শৃংখল চলিহাক ।

3 / 7

ডিমৌৰ দিনজানত ৰাষ্ট্ৰীয় ঘাইপথতে আটক কৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় অভিমুখে লৈ যোৱা হৈছে শৃংখল চলিহাক ।

4 / 7

আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি আটক কৰা হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক ।

5 / 7

সূত্ৰ মতে যোৱা নিশা দুলীয়াজান থানাৰ অ'চিয়ে শৃংখল চলিহাক হোৱাটচ্ এপযোগে জাৰী কৰিছিল চমন ।

6 / 7

চমন লাভৰ পাচতেই শৃংখল চলিহাই সামাজিক মাধ্যম ফেচবুকত এক পোষ্ট কৰিছিল ।

7 / 7

পোষ্টটোত তেওঁ লিখিছে, "দুলিয়াজান থানাৰ OC য়ে মোক Whatsapp ৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে...সকলোলৈ মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালে ও আন্দোলন কোনো কাৰণতে স্তব্ধ হব নালাগিব ।। ধন্যবাদ জয় আই অসম"

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...