USTMৰ আচাৰ্য মহবুবুল হকক আটক, বাসগৃহৰপৰা নিশা শ্ৰীভূমি আৰক্ষীয়ে কৰে আটক | USTM Chancellor Mahbubul Hoque Arrested by Assam Police Assam news - Assam Tv9

USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক আটক, বাসগৃহৰপৰা নিশা শ্ৰীভূমি আৰক্ষীয়ে কৰে আটক

Published: 

22 Feb 2025 | 11:08 AM

বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।

1 / 5USTMৰ আচাৰ্য মহবুবুল হকক আটক কৰিছে আৰক্ষীয়ে। নিশা বাসগৃহৰপৰা শ্ৰীভূমি আৰক্ষীয়ে কৰে আটক আচাৰ্যজনক।

USTMৰ আচাৰ্য মহবুবুল হকক আটক কৰিছে আৰক্ষীয়ে। নিশা বাসগৃহৰপৰা শ্ৰীভূমি আৰক্ষীয়ে কৰে আটক আচাৰ্যজনক।

2 / 5

বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।

3 / 5

কিছুদিনৰে পৰা মহবুবুল হক আৰু মুখ্যমন্ত্ৰীৰ মাজত তৰ্ক-বিতৰ্ক চলি আছিল। বিগত বৰ্ষত USTM মে পাহাৰ কাটি দিয়াৰ ফলত গুৱাহাটীত কৃত্ৰিম বান হয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।

4 / 5

USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ সৈতে মুখ্যমন্ত্ৰীৰ শীতল যুদ্ধ চলি থকাৰ সময়তে ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীয়ে কৰে নতুন মন্তব্য। মুখ্যমন্ত্ৰীৰ মতে, USTM খন প্ৰৱঞ্চক, তাত Ph.D. ও বিক্ৰী হয়।

5 / 5

এতিয়া মহবুবুৰ হকক আটক কৰাৰ পিছত চৌদিশে চৰ্চা চলিছে USTMৰ। কিন্তু কি অভিযোগত আৰক্ষী আৰু STFৰ দলে আটক কৰিছে সেই কথা এতিয়াও স্পষ্ট কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...