পাকিস্তান সমৰ্থিত মন্তব্য় দিয়াৰ অভিযোগত আৰু দুজনক গ্ৰেপ্তাৰ... | Updates : 39 Arrested in Assam for Pro-Pakistan Remarks After Pahalgam Terror Attack Assam news - Assam Tv9

পাকিস্তান সমৰ্থিত মন্তব্য় দিয়াৰ অভিযোগত আৰু দুজনক গ্ৰেপ্তাৰ, ৩৯ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্য়া…

Updated On: 

04 May 2025 | 04:42 PM

পাকিস্তান সমৰ্থিত মন্তব্যৰ বাবে ৰাজ্যত আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগে লগে এই অপৰাধত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পালে ।

1 / 5মুখ্য়মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে, দুয়োজন লোকক ক্ৰমে হোজাই আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য় শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্য়মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে, দুয়োজন লোকক ক্ৰমে হোজাই আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য় শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

2 / 5

মুখ্য়মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে, দুয়োজন লোকক ক্ৰমে হোজাই আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য় শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

3 / 5

ইয়াৰ পূৰ্বে, বিৰোধী এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ পক্ষ লোৱাৰ অভিযোগত দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।

4 / 5

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত “পাকিস্তান জিন্দাবাদ” শ্লোগান উত্থাপন কৰা সকলৰ ভৰি ভাঙি যোৱাৰ হুংকাৰ দিছিল মুখ্য়মন্ত্ৰীয়ে । পূৰ্বেও সামাজিক মাধ্য়মত পাকিস্তান সমৰ্থিত পোষ্ট কৰাৰ সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছিল মুখ্য়মন্ত্ৰীয়ে ।

5 / 5

যোৱা ২২ এপ্ৰিলত উগ্ৰপন্থীয়ে দক্ষিণ কাশ্মীৰৰ পহলগামৰ পৰ্যটনস্থলী বৈছাৰণত আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত কমেও ২৬ জন লোক নিহত হয় । বেছিভাগেই আছিল পৰ্যটক । ইফালে এই ঘটনাত বহু লোক আহত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...