বৃদ্ধি পাব শীতৰ প্ৰকোপ ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ... | Unseasonal Rain in Assam Sparks Concerns Ahead of Magh Bihu Assam news - Assam Tv9

বৃদ্ধি পাব শীতৰ প্ৰকোপ ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

Updated On: 

07 Jan 2025 | 09:23 PM

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

1 / 5ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

2 / 5

আবতৰীয়া বৰষুণজাক অহাৰ লগে লগে ৰাজধানী চহৰৰ বিভিন্ন ঠাইত যান-জঁটৰ সৃষ্টি হয় । বিভিন্ন কামত নিয়োজিত লোকসকক ঘৰলৈ উভতি অহাৰ সময়তে আহে এই আবতৰীয়া বৰষুণজাক ।

3 / 5

ইয়াৰ সমান্তৰালভাৱে আজিৰ দিনটোত ধেমাজিৰ কিছু অঞ্চলত শিল বৰষুণ হোৱা দেখা গৈছিল । খবৰ অনুসৰি, ধেমাজি নগৰৰ লগতে চিচিবৰগাঁৱৰ বিভিন্ন অঞ্চলত শিল বৰষুণ হোৱা দেখা যায় ।

4 / 5

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ আগ জাননী জাৰি কৰিছিল । এই অনুসৰি ধেমাজি, গুৱাহাটীকে ধৰি কেইবাটাও অঞ্চলত কিনকিনীয়া হোৱা বুলি খবৰ লাভ কৰা গৈছে । উজনি অসমৰ কেইবাটাও অঞ্চলত বতৰ সেমেকা হোৱা বুলি খবৰ লাভ কৰা গৈছে ।

5 / 5

উল্লেখ্য যে, ভোগালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী । ইয়াৰ পূৰ্বে ৰাজ্যত পৰিছে আবতৰীয়া বৰষুণ । যাৰ বাবে এইবাৰ মাঘ বিহুত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...