গুৱাহাটীত ‘Run for Unity’ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰিলে সোণোৱালে... | Union Minister Sarbananda Sonowal flags off 'Run for Unity' marathon in Guwahati Assam news - Assam Tv9

Run for Unity : ‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ উপলক্ষে গুৱাহাটীত ‘ৰান ফৰ ইউনিটি’ মাৰাথন দৌৰ…

Updated On: 

29 Oct 2024 | 01:04 PM

চৰ্দাৰ বল্লভভাই পেটেলক সন্মান জনাই আজি ২৯ অক্টোবৰ মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘ৰাণ ফৰ ইউনিটি’ মাৰাথন দৌৰ । ‘ৰান ফৰ ইউনিটি’ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দিল্লীত "Run for Unity"ৰ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

1 / 5‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ উপলক্ষে ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক সন্মান জনাই আজি ২৯ অক্টোবৰ মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘ৰান ফৰ ইউনিটি’ মাৰাথন দৌৰ । ‘ৰাণ ফৰ ইউনিটি’ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ উপলক্ষে ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক সন্মান জনাই আজি ২৯ অক্টোবৰ মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘ৰান ফৰ ইউনিটি’ মাৰাথন দৌৰ । ‘ৰাণ ফৰ ইউনিটি’ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

2 / 5

মাৰাথন দৌৰৰ ফ্লেগ অফ কৰা পাছতে চৰ্দাৰ বল্লভভাই পেটেল দেশৰ বাবে এক প্ৰেৰণা বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

3 / 5

উল্লেখ্য যে, আজি সমগ্ৰ দেশতে চৰ্দাৰ বল্লভভাই পেটেলক সন্মান জনাই "Run for Unity"ৰ আয়োজন কৰা হৈছে ।

4 / 5

দিল্লীত "Run for Unity"ৰ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

5 / 5

গুৱাহাটীত আয়োজিত "Run for Unity"ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...