Udit Narayan Birthday: এসময়ত ১০০ টকাত ৰেডিঅ'ত কৰিছিল চাকৰি! আজি ভাৰতীয় কিংবদন্তী কণ্ঠশিল্পী উদিত নাৰায়ণৰ ওপজা দিন | Udit Narayan Birthday: Singer Used To Work In Radio For 100 ₹, Now Earns Crores A month Assam news - Assam Tv9

Udit Narayan Birthday: এসময়ত ১০০ টকাত ৰেডিঅ’ত কৰিছিল চাকৰি! আজি ভাৰতীয় কিংবদন্তী কণ্ঠশিল্পী উদিত নাৰায়ণৰ ওপজা দিন

Updated On: 

01 Dec 2024 | 01:29 PM

Udit Narayan Birthday: ভাৰতীয় কিংবদন্তী কণ্ঠশিল্পী উদিত নাৰায়ণৰ আজি জন্মদিন। কণ্ঠশিল্পীগৰাকীয়ে আজি ৬৯তম জন্মদিন উদযাপন কৰিছে।

1 / 7বলীউড উদ্যোগৰ কিংবদন্তী কণ্ঠশিল্পী উদিত নাৰায়ণে তেওঁৰ কেৰিয়াৰত বহুতো হিট গান উপহাৰ দিছে।এতিয়াও নিজৰ কণ্ঠেৰে বলীউডত ৰাজত্ব কৰি আছে কণ্ঠশিল্পীগৰাকীয়ে।

বলীউড উদ্যোগৰ কিংবদন্তী কণ্ঠশিল্পী উদিত নাৰায়ণে তেওঁৰ কেৰিয়াৰত বহুতো হিট গান উপহাৰ দিছে।এতিয়াও নিজৰ কণ্ঠেৰে বলীউডত ৰাজত্ব কৰি আছে কণ্ঠশিল্পীগৰাকীয়ে।

2 / 7

ৰোমান্টিক গীতৰ কিং হিচাপে পৰিচিত উদিত নাৰায়ণে আজি ৬৯তম জন্মদিন উদযাপন কৰিছে। ১৯৫৫ চনৰ ১ ডিচেম্বৰত ভাৰতৰ বিহাৰৰ চুপলত তেওঁৰ জন্ম হৈছিল কণ্ঠশিল্পীগৰাকীৰ।

3 / 7

মৈথিলী ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা বলীউডৰ কণ্ঠশিল্পী উদিত নাৰায়ণে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ ভৰিত থিয় দিছে। তেওঁ এটা অনুষ্ঠানত তেওঁৰ কঠিন দিনবোৰৰ বিষয়ে উল্লেখ কৰিছিল।

4 / 7

খবৰ অনুসৰি, উদিত নাৰায়ণৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ২০ নিযুত ডলাৰ অৰ্থাৎ ১৫০ কোটি টকা। তেওঁ অগণন চলচ্চিত্ৰ আৰু এলবামত গীত গাই তেওঁৰ বেছিভাগ সম্পত্তি অৰ্জন কৰিছিল।

5 / 7

কিন্তু এটা সময় আছিল যেতিয়া তেওঁ কাঠমাণ্ডুৰ এটা ৰেডিঅ' ষ্টেচনত ১০০ টকাৰ কাম কৰিছিল। ঘৰৰ পৰা আঁতৰত থাকি উদিত ষথেষ্ট চিন্তিতহৈ আছিল। পিতৃৰ বাধা অমান্য কৰি তেওঁ তালৈ গৈছিল।

6 / 7

মুম্বাইলৈ যোৱা যাত্ৰা তেওঁৰ বাবে সহজ নাছিল। ১০০ টকাত জীৱন যাপন কৰিব পৰা নাছিল। যাৰ বাবে তেওঁ হোটেলত গীত গাইছিল আৰু নিশা পঢ়িছিল। সংগীতত স্কলাৰশ্বীপ লাভ কৰাৰ পিছত, তেওঁ মুম্বাইলৈ গৈছিল।

7 / 7

একেৰাহে ১০ বছৰ একেৰাহে কাম কৰাৰ পিছত, উদিত নাৰায়ণে তেওঁৰ প্ৰথম হিট গান লাভ কৰে। এই প্ৰক্ৰিয়াটো এনেদৰে আৰম্ভ হৈছিল যে তেতিয়াৰ পৰা তেওঁ থমকি ৰ'ব লগা হোৱা নাছিল। (All Pics From Instagram)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...