ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা, দ' খাৱৈত সোমাল চাৰিচকীয়া বাহন, ৩ জনৰ মৃত্যু | Tragic road accident at Dibrugarh Assam 3 death Assam news - Assam Tv9

ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা, দ’ খাৱৈত সোমাল চাৰিচকীয়া বাহন, ৩ জনৰ মৃত্যু

Updated On: 

01 Oct 2025 | 06:55 PM

ভয়ংকৰ দুৰ্ঘটনাটোত নিহত হৈছে বাহনখনত থকা তিনিগৰাকী আৰোহী। ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাহনখনত আছিল যুৱতীসহ ৩ জনকৈ লোক ।

1 / 5দুৰ্গা পূজাৰ নৱমী দিনটোতে ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাই যায় এখন চাৰিচকীয়া বাহন।

দুৰ্গা পূজাৰ নৱমী দিনটোতে ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাই যায় এখন চাৰিচকীয়া বাহন।

2 / 5

ভয়ংকৰ দুৰ্ঘটনাটোত নিহত হৈছে বাহনখনত থকা তিনিগৰাকী আৰোহী। ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো।

3 / 5

বাহনখনত আছিল যুৱতীসহ ৩ জনকৈ লোক । থিতাতে নিহত বাহনখনত থকা দুজন আৰোহী।

4 / 5

চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় এগৰাকী যুৱতীৰ। দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 04 S 5355।

5 / 5

ঘটনাস্থলীত উপস্থিত থকা লোকসকলৰ সহযোগত বাহনখনৰ ভিতৰত থকা আৰোহীক উদ্ধাৰ কৰে আৰক্ষীয়ে। নিহত তিনিজন ক্ৰমে মিতা মুখাৰ্জী, কালিপদ মুখাৰ্জী, দেবাংগ বিশ্বাস কাশ্যপ বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...