CBIৰ জিম্মালৈ বিশাল-চুমি-তাৰ্কিক: ৮ অভিযুক্তক CBI-এ চলাব জেৰা | trading scam assam bishal phukan sumi tarkik borah including eight accused sent to 3 days cbi custody Assam news - Assam Tv9

CBIৰ জিম্মালৈ বিশাল-চুমি-তাৰ্কিক: ৮ অভিযুক্তক CBI-এ চলাব জেৰা

Updated On: 

30 Oct 2024 | 06:37 PM

৩ দিনৰ CBIৰ জিম্মাত চুমি-বিশাল-তাৰ্কিক। চুমি-বিশালৰ সৈতে আন ৮ জনকো CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CBIৰ বিশেষ আদালতে CBIক জিম্মাত দিয়ে ৮ অভিযুক্তক।

1 / 5৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ  চুমি-বিশাল-তাৰ্কিকক। CBIএ জেৰা চলাব কোটি-কোটি টকা আত্মসাৎ কৰা ৮ অভিযুক্তক।

৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ চুমি-বিশাল-তাৰ্কিকক। CBIএ জেৰা চলাব কোটি-কোটি টকা আত্মসাৎ কৰা ৮ অভিযুক্তক।

2 / 5

বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাসহ ট্ৰেডিং কেলেংকাৰীৰ ৮ অভিযুক্তক তিনি দিনৰ বাবে জিম্মাত লৈছে CBIএ।। শনিবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব ৮ অভিযুক্তক।

3 / 5

ট্ৰেডিং কেলেংকাৰীৰ ৮ অভিযুক্তক ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল CBI-এ। আজি আদালতত CBIৰ আদালতত হাজিৰ কৰা হৈছিল বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাসহ ৮ অভিযুক্তক।

4 / 5

ট্ৰেডিঙৰ নামত কোটি-কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ চুমি-বিশালসহ ৮ অভিযুক্তৰ বিৰুদ্ধে। শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হৈছিল আটাইকে।

5 / 5

ট্ৰেডিঙৰ নামত কোটি-কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ চুমি-বিশালসহ ৮ অভিযুক্তৰ বিৰুদ্ধে। শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হৈছিল আটাইকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...