আজি গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ বিবাহ বাৰ্ষিকী, কি কৰিলে বিশেষ দিনটোত? Assam news - Assam Tv9

আজি গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ বিবাহ বাৰ্ষিকী, কি কৰিলে বিশেষ দিনটোত?

Published: 

21 Jun 2024 | 03:06 PM

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি বিবাহ বাৰ্ষিকীৰ শুভাশিস বিচাৰি এটা ফেচবুক পোষ্ট দিয়ে।

1 / 5অসমৰ জনপ্ৰিয় যুটিসকলৰ ভিতৰত অন্যতম গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা। হাতে হাত ধৰি আজিৰ দিনটোৰ বৈবাহিক জীৱনত খোজ দিছিল পবিত্ৰ-গায়ত্ৰী।

অসমৰ জনপ্ৰিয় যুটিসকলৰ ভিতৰত অন্যতম গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা। হাতে হাত ধৰি আজিৰ দিনটোৰ বৈবাহিক জীৱনত খোজ দিছিল পবিত্ৰ-গায়ত্ৰী।

2 / 5

আজি পবিত্ৰ-গায়ত্ৰীৰ বিবাহ বাৰ্ষিকী। সামাজিক মাধ্যমত শুভেচ্ছাৰে ওপচাই পেলাইছে দুয়োজনক।

3 / 5

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি বিবাহ বাৰ্ষিকীৰ শুভাশিস বিচাৰি সামাজিক মাধ্যমত এটা ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে।

4 / 5

5 / 5

উল্লেখ্য যে, এতিয়া ৩ সন্তানৰ পিতৃ-মাতৃ পবিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মহন্ত। জ্যেষ্ঠ পুত্ৰৰ নাম সূৰ্যাংগ জীউ আৰু দুই যমজ সন্তানৰ নাম জীয়া আৰু বীৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...