Chandana Sharma Birthday: আজি জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাৰ জন্মদিন, অভিনয়েৰে হৃদয় জিনিছে সকলোৰে... | Today is Assamese popular actress Chandana Sharma's birthday Assam news - Assam Tv9

Chandana Sharma Birthday: আজি জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাৰ জন্মদিন, অভিনয়েৰে হৃদয় জিনিছে সকলোৰে…

Published: 

27 Jan 2025 | 01:26 PM

অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যত চন্দনা শৰ্মা। অসমীয়া ছবি আৰু ধাৰাবাহিকৰ জৰিয়তে সকলোৰে মন জয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰায়ে সামাজিক মাধ্যমত পৰিয়ালৰ লগত ফটো শ্বেয়াৰ কৰি ভাল ভায় অভিনেত্ৰীগৰাকীয়ে।

1 / 5আজি অসমৰ জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাৰ ওপজা দিন। ওপজা দিনটোত প্ৰিয় অভিনেত্ৰীগৰাকীক শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীসকলে। (Image Credit source: Social Media)

আজি অসমৰ জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাৰ ওপজা দিন। ওপজা দিনটোত প্ৰিয় অভিনেত্ৰীগৰাকীক শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীসকলে। (Image Credit source: Social Media)

2 / 5

অসমীয়া ধাৰাবাহিকৰ লগতে বহু ছবি আৰু থিয়েটাৰৰ মঞ্চটো অভিনয় কৰিছে চন্দনাই। অভিনেত্ৰীগৰাকীৰ কথনশৈলী দৰ্শকে যথেষ্ঠ ভাল পায়। (Image Credit source: Social Media)

3 / 5

অভিনয়ৰ সমানেই নিজৰ পৰিয়ালকো সময় দিয়ে অভিনেত্ৰী চন্দনা শৰ্মাই। প্ৰায়ে স্বামী আৰু সন্তানৰ সৈতে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। (Image Credit source: Social Media)

4 / 5

চন্দনা শৰ্মা হৈছে কণ্ঠশিল্পী দিক্ষুৰ ভগ্নী। সৰুৰে পৰা অভিনেত্ৰীগৰাকীয়ে ঘৰত এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হৈছে। (Image Credit source: Social Media)

5 / 5

বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ছবিজগতৰ পৰা আঁতৰত আছে যদিও শীঘ্ৰে নতুন নতুন প্ৰজেক্টত অভিনয় কৰা দেখা পাব। এই বিশেষ দিনটোত সকলোৱে সু-স্বাস্থ্যৰ কামনা কৰিছে অভিনেত্ৰীগৰাকীৰ। (Image Credit source: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...