আজি শাৰদীয় দুৰ্গাপূজাৰ ষষ্ঠী, আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান?
আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১,৫৪৮ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৫৮৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৬৬১ টকা।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5