আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য | Today Gold and Silver Rates in Guwahati, October 5, 2025 Assam news - Assam Tv9

আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য

Updated On: 

05 Oct 2025 | 10:15 AM

বন্ধৰ দিনটোত সোণ-ৰূপ মূল্যৰ কোনো পৰিৱৰ্তনা হোৱা দেখা নাই। গুৱাহাটী বজাৰত সোণ-ৰূপৰ মূল্য কিমান চাওঁ আহক।

1 / 5আজি দেওবাৰ। এই বন্ধৰ দিনটোত সোণ-ৰূপ মূল্যৰ কোনো পৰিৱৰ্তনা হোৱা দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১১,৯৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৯৪৫ টকা, ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮, ৯৫৫ টকা।

আজি দেওবাৰ। এই বন্ধৰ দিনটোত সোণ-ৰূপ মূল্যৰ কোনো পৰিৱৰ্তনা হোৱা দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১১,৯৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৯৪৫ টকা, ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮, ৯৫৫ টকা।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, দেশৰ ৰাজধানী দিল্লীত আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৫৫০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৯,৬০০ টকা। ইফালে, ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৭০০ টকা।

3 / 5

আজিৰ বন্ধৰ দিনটোত গুৱাহাটী বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৪০০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৯,৪৫০ টকা। ইফালে, ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৫৫০ টকা।

4 / 5

Gold Price (কলকাতা বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৪০০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৯,৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৫৫০ টকা। )

5 / 5

ৰূপৰ প্ৰতি গ্ৰামৰ মূল্য ১৫৫ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,৫৫,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...