গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান? জানক | Today Gold and Silver Rates in Guwahati, October 26, 2025 Assam news - Assam Tv9

গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান? জানক

Updated On: 

26 Oct 2025 09:53 AM

আজি দেওবাৰৰ দিনটোত দেশৰ অন্যান্য চহৰৰ লগতে গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান জানোঁ আহক।

1 / 5আজি দেওবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন দেখা নাই। আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১২, ৫৬২ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ১১,৫১৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,৪২২ টকা।

আজি দেওবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন দেখা নাই। আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১২, ৫৬২ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ১১,৫১৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,৪২২ টকা।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৭৭০ টকা। ইয়াৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,৩০০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৪,৩৭০ টকা।

3 / 5

ইফালে, কলকাতাত ২৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৬২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,১৫০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৪,২২০ টকা।

4 / 5

গুৱাহাটীত আজিৰ দিনটোৰ ২৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৬২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৪,২২০ টকা।

5 / 5

বজাৰত আজি ৰূপৰ প্ৰতি গ্ৰামৰ মূল্য ১৫৫ টকাৰ হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,৫৫,০০০ টকা।

কোনবোৰ আত্মাই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে? প্ৰেমানন্দ মহাৰাজে ক'লে...
প্ৰতিদিনে আলু খোৱাৰ অভ্যাস আছে নেকি? ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ!
৩৮ বছৰ বয়সতো হিটমেন ৰোহিতৰ চমক, ভংগ কৰিলে ধোনীৰ অভিলেখ
দীৰ্ঘায়ুৰ বাবে ৫টা অভ্যাস: দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে দৈনিক এই কাম কৰক