আজি দেওবাৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? চাওক | Today Gold and Silver Rates in Guwahati, November 2, 2025 Assam news - Assam Tv9

আজি দেওবাৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? চাওক

Updated On: 

02 Nov 2025 | 10:19 AM

আজি দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য বাঢ়িল নে কমিল? চাওঁ আহক দিনটোৰ আৰম্ভণিতে গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান?

1 / 5আজি ২ নৱেম্বৰ, দেওবাৰ। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,০০০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৭৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,২৫০ টকা।

আজি ২ নৱেম্বৰ, দেওবাৰ। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,০০০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৭৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,২৫০ টকা।

2 / 5

ইফালে, দেশৰ ৰাজধানী দিল্লীত আজিৰ দিনটোত ২৫ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,১৫০ টকা, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৯০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,৪০০ টকা।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১২,৩০০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১,২৭৫ আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,২২৫ টকা।

4 / 5

ইফালে, ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,০০০ টকা, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৭৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,২৫০ টকা।

5 / 5

ৰূপৰ মূল্য যদি চোৱা যায়, তেন্তে প্ৰতি গ্ৰামৰ ৰূপ মূল্য হৈছে ১৫২ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,৫২,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...