ভাৰতে বছৰি প্ৰায় ১.৪ বিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে। দেশত দৈনিক ১ বিলিয়ন কাপ চাহ সেৱন কৰে, অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে গড়ে ৩-৪ কাপ চাহ খায়।
1 / 6
ভাৰতত চাহ কেৱল পানীয় নহয়, মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। ৰাতিপুৱা আৰু গধূলি চাহৰ সুগন্ধি প্ৰতিটো ঘৰত থাকে। চাহৰ প্ৰতি থকা এই আবেগে সকলোকে বলীয়া কৰিছে। কিন্তু আপুনি জানেনে চাহ বিক্ৰী কৰি কোটিপতি হৈ পৰিছে এজন লোক।
2 / 6
প্ৰফুল্ল বিল’ৰে এখন সৰু ষ্টলৰ পৰা আৰম্ভ কৰিছিল MBA Chai Wala ব্ৰেণ্ড। এতিয়া তেওঁৰ ১০০ৰো অধিক আউটলেট আছে আৰু বাৰ্ষিক ৰাজহ ১০ কোটিৰ পৰা ৪০ কোটি টকালৈ বৃদ্ধি পাইছে। ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰৰ লগতে সুলভ মূল্যৰ আৰু সুস্বাদু চাহৰ দ্বাৰা যথেষ্ট সফলতা লাভ কৰিব পৰা যায় বুলি প্রফুল্লৰ কাহিনীয়ে প্রমাণ কৰে।