ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী: পৰিয়ালসহ গুৱাহাটীত উপস্থিত পুত্ৰ তেজ হাজৰিকা | Tej Hazarika arrives in Guwahati on the occasion of father Bhupen Hazarika Birth Centenary Assam news - Assam Tv9

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী: পৰিয়ালসহ গুৱাহাটীত উপস্থিত পুত্ৰ তেজ হাজৰিকা

Updated On: 

06 Sep 2025 23:10 PM

বছৰজোৰা কাৰ্যসূচীৰে চলিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ প্ৰস্তুতি। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে পিতৃৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে অসমত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।

1 / 6৮ ছেপ্টেম্বৰত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। বছৰজোৰা কাৰ্যসূচীৰে চলিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ প্ৰস্তুতি।

৮ ছেপ্টেম্বৰত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। বছৰজোৰা কাৰ্যসূচীৰে চলিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ প্ৰস্তুতি।

2 / 6

১৩ ছেপ্তেম্বৰলৈ গুৱাহাটীত থাকি বিভিন্ন কাৰ্যসূচীত অংশ ল’ব তেজ হাজৰিকাই। গুৱাহাটীৰ ভ্ৰমণ সামৰি কেইবাখনো ৰাজ্যতো বিভিন্ন কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকিব।

3 / 6

ইতিমধ্যে পিতৃৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে অসমত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা। পত্নী-পুত্ৰক লগত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত তেজ হাজৰিকা।

4 / 6

১৩ ছেপ্তেম্বৰলৈ গুৱাহাটীত থাকি বিভিন্ন কাৰ্য্যসূচীত অংশ ল’ব তেজ হাজৰিকাই। গুৱাহাটীৰ ভ্ৰমণ সামৰি কেইবাখনো ৰাজ্যতো বিভিন্ন কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকিব।

5 / 6

অসম চৰকাৰে লোৱা এই পদক্ষেপৰ বাবে চৰকাৰক ধন্যবাদ জনালে তেজ হাজৰিকাই । লগতে সমগ্ৰ ৰাজ্যবাসীক এই জন্মজয়ন্তী উদযাপন কৰিবলৈ অনুৰোধ জনালে তেজ হাজৰিকাই ।

6 / 6

ইফালে অসম চৰকাৰৰ এই পদক্ষেপৰ ধন্যবাদ জনাই ইয়াতকৈ ডাঙৰ উদযাপন একো হ’ব নোৱাৰে বুলি মন্তব্য কৰে ভূপেন হাজৰিকাৰ নাতি তথা তেজ হাজৰিকাৰ পুত্ৰ চেছ হাজৰিকাই।

এই ৫টা ৰোগত মহিলাতকৈ অধিক আক্ৰান্ত হয় পুৰুষ, জানি লওক এতিয়াই
আজি জন্মদিন উদযাপন কৰা ক্ৰিকেটাৰৰ প্লেয়িং ১১ হ’ব অতি শক্তিশালী, আছে বিশ্বকাপজয়ী তাৰকাসহ ৬ ভাৰতীয়
দাঁত ব্ৰাছ কৰাৰ পিছতে আপুনিও লগে লগে চাহ খায় নেকি? এতিয়াই চাই লওক হ’ব পৰা ক্ষতিৰ বিষয়ে
এই ৫ টা ভুলে দৰিদ্ৰতা আনিব আপোনাৰ জীৱনলৈ, গতিকে সাৱধান!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...