Gautam Gambhir in Guwahati: গুৱাহাটীত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, দৰ্শন কৰিলে মা কামাখ্যা মন্দিৰ
Gautam Gambhir Visits Kamakhya Temple: কেইবাটাও কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকী। সোমবাৰে বৰঝাৰত বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় কামাখ্যাধামলৈ। পূজা-অৰ্চনা কৰি মা-কামাখ্যাৰ আশীৰ্বাদ লয় ভাৰতীয় ক্ৰিকেট দলৰ মূখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5