টাটাই মুকলি কৰিলে Punchৰ কেম’ এডিচনঃ কিমান হ’ব মূল্য, কি কি থাকিব সুবিধা? চাওক সবিশেষ
দেশৰ সৰ্বাধিক প্ৰচলিত গাড়ী নিৰ্মাতা কোম্পানীৰ অন্যতম টাটা মটৰ্ছে ইতিমধ্যে কোম্পানীটোৰ বহুল প্ৰচলিত বাহন Punchৰ কাজিৰঙা এডিচন, গোল্ড এডিচন, ডাৰ্ক এডিচন, ৰেড এডিচনৰ দৰে কিছুমান বিশেষ সংস্কৰণৰ মডেল মুকলি কৰিছে। এইবাৰ কোম্পানীটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে Punchৰ কেম’ এডিচন। এই বাহনখনৰ দাম কিমান চাও আহক।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5