T20 World Cup: ভাৰতৰ সমুখত প্ৰত্যাহ্বান হৈ উঠিব পাৰে এইকেইগৰাকী আইৰিচ তাৰকা..
আজি বিশ্বকাপৰ প্ৰথমখন মেচত আয়াৰলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰতীয় দল। তুলনামূলকভাৱে দুৰ্বল আয়াৰলেণ্ডৰ বিপক্ষে ভাৰতৰে জয়ৰ পূৰ্ণ সম্ভাৱনা আছে যদিও আইৰিচ দলটোৰ শক্তিক একেবাৰে উলাই কৰাও উচিত নহ’ব। অভিজ্ঞ খেলুৱৈৰ লগতে প্ৰতিভাৱান যুৱ তাৰকাৰে সমৃদ্ধ দলটোৱে যিকোনো দলকে চাপত পেলাব পৰাকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰাত সক্ষম। আজিও ভাৰতৰ জয়ৰ ক্ষেত্ৰত এনেকেইগৰাকীমান তাৰকা প্ৰত্যাহ্বান ৰূপে থিয় দিব পাৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5